দাপোণ জীৱনৰ
  • সম্পাদকীয়
  • কথাশিল্প
    • বিশেষ নিৱন্ধ
    • প্ৰবন্ধ
    • গ্ৰন্থবাৰ্তা
  • গদ্যশিল্প
    • গল্প
    • ধাৰাবাহিক ৰচনা
    • ৰম্য ৰচনা
    • নানাৰঙী
    • জিলিঙনি
  • ছন্দশিল্প
    • কবিতা
    • কথা-কবিতা
    • ৰম্য পদ্য
  • অনুবাদ
  • দৃশ্য-শ্ৰাব্য
  • সাক্ষাৎকাৰ
  • ভাল খবৰ
  • সাম্প্ৰতিকী
  • স্বাস্থ্য
  • অধিক
    • উত্তৰ-পূব
    • ক্রীড়া-জগত
    • দেশ বিদেশ
    • ছবি-আলোছবি
    • দাপোণ জীৱনৰ
No Result
View All Result
  • সম্পাদকীয়
  • কথাশিল্প
    • বিশেষ নিৱন্ধ
    • প্ৰবন্ধ
    • গ্ৰন্থবাৰ্তা
  • গদ্যশিল্প
    • গল্প
    • ধাৰাবাহিক ৰচনা
    • ৰম্য ৰচনা
    • নানাৰঙী
    • জিলিঙনি
  • ছন্দশিল্প
    • কবিতা
    • কথা-কবিতা
    • ৰম্য পদ্য
  • অনুবাদ
  • দৃশ্য-শ্ৰাব্য
  • সাক্ষাৎকাৰ
  • ভাল খবৰ
  • সাম্প্ৰতিকী
  • স্বাস্থ্য
  • অধিক
    • উত্তৰ-পূব
    • ক্রীড়া-জগত
    • দেশ বিদেশ
    • ছবি-আলোছবি
    • দাপোণ জীৱনৰ
No Result
View All Result
দাপোণ জীৱনৰ
No Result
View All Result
Home সাম্প্ৰতিকী

প্ৰেমৰ ৩৫ টুকুৰা

dapunwebdesk by dapunwebdesk
27th February 2023
in সাম্প্ৰতিকী
0
প্ৰেমৰ ৩৫ টুকুৰা
4
SHARES
45
VIEWS
Share on FacebookShare on Twitter

প্ৰেমৰ ৩৫ টুকুৰা

✍️ প্ৰণতি কলিতা

মুম্বাইৰ এটা call centre ৰ পৰা আৰম্ভ আজিৰ এই কাহিনীৰ ।চন ২০১৮। এজনী ২৫ বছৰীয়া যুৱতী শ্ৰদ্ধা আৰু এজন ২৭ বছৰীয়া যুৱক আফতাবৰ কাহিনী এয়া । একেটা call centre তে কাম কৰা আফতাব আছিল মুছলমান যুৱক আৰু শ্ৰদ্ধা আছিল হিন্দু । কিন্তু কথা এষাৰ আছে নহয়… প্ৰেম বোলে অন্ধ… প্ৰেমে নাজানে চহকী – দুখীয়া, প্রেমে নুবুজে জাতি – কুলৰ বাধা ।মুম্বাইৰ call centre ৰ পৰাই প্ৰথমে বন্ধুত্ব, আৰু পিছত এই বন্ধুত্বই পৰিবৰ্তন হ’ল প্ৰেমলৈ ।এই প্ৰেমৰ কথা জানিব পাৰি মাক দেউতাকে আপত্তি জনাব ধৰিলে ।কাৰণ আফতাব আছিল মুছলমান । কিন্তু প্ৰেমত অন্ধ শ্ৰদ্ধাই মা দেউতাকৰ এই বাধা এইদৰে দিলে যে ” মই ২৫ বছৰীয়া… গতিকে মোৰ নিজৰ জীৱনৰ অধিকাৰ লোৱাৰ সিদ্ধান্ত মোৰ আছে অাৰু আজিৰ পৰা ভাবি ল’বা মই তোমালোকৰ ছোৱালী নহয়” … আৰু সামৰি ল’লে নিজৰ কাপোৰ কানি, ল’লে জীৱনৰ চৰম সিদ্ধান্ত — যুৱক জনৰ লগত live in realtionship ত থাকিব ।অৰ্থাৎ সামাজিক ভাৱে বিয়া নোহোৱাকৈ য়ে দুজন যুৱক- যুৱতী পতি – পত্নীৰ দৰে একেলগে থকা । তেতিয়া চন ২০১৯ ।ঘৰৰ পৰা আঁতৰি যোৱা নিজৰ জীয়ৰীৰ খবৰ মাক দেউতাকে ফেচবুক, whatsApp ত দিয়া post ৰ পৰা জানিব ধৰিলে ।

সময় বাগৰিল । লিভ ইনত থকা শ্ৰদ্ধাইও আফ্তাবক বিয়াৰ কথা ক’বলৈ ধৰিলে…. । কিন্তু শ্ৰদ্ধাৰ লগতে আন যুৱতীৰ লগতো প্ৰেমৰ সম্পৰ্কত থকা আফতাবে শ্ৰদ্ধাক পত্নীৰ মৰ্যাদা দিব বিচৰা নাছিল…. । এই কথাত শ্ৰদ্ধা আৰু আফতাবৰ মাজত সঘনাই কাজিয়াৰ সূত্ৰপাত হৈছিল। অাৰু এদিন শ্ৰদ্ধাৰ মাকো ঢুকাল… অন্তিমবাৰৰ বাবে শ্ৰদ্ধা গ’ল ঘৰলৈ । ইয়াৰ ১৫ দিন পিছত দেউতাকৰ লগত ফোনত কথা পতা শ্ৰদ্ধা ই আফতাবৰ সলনি হোৱা স্বভাৱৰ কথা ক’ব ধৰিলে…।
দিন বাগৰিল । শ্ৰদ্ধা অাৰু আফটাব ৰ মাজত বিয়াক লৈ হোৱা সংঘাত ও বৃদ্ধি হ’ব ধৰিলে অাৰু এনেদৰেই বিয়াৰ বাবে জোৰ কৰা শ্ৰদ্ধাক আফটাবে প্ৰেমৰ শেষ পৰিণতি স্বৰূপে মৃত্যু উপহাৰ দিলে ।শ্ৰদ্ধা ৰ শৰীৰক অতি নিসংহতাৰে কৰিলে ৩৫ টুকুৰা । অাৰু সেই টুকুৰা ভৰাই থলে ফ্ৰিজ ত… মৃত দেহৰ পৰা ওলোৱা গোন্ধ আঁতৰাবলৈ আফটাৱ এ ব্যৱ হাৰ কৰিলে সুগন্ধি ধূপ অাৰু মৃত দেহৰ তেজৰ দাগ লুকু ৱাবলৈ ব্যবহাৰ কৰিলে এবিধ chamical ৰ… । এনেদৰেই ফ্ৰিজ ৰ পৰা মঙহ উলিয়াই পলিথিনত ভৰাই পেলাই দিয়ে দূৰ হাবিত ।
আনৰ সন্দেহৰ পৰা বাচিবলৈ আফটাব এ চলাই গ’ল শ্ৰদ্ধাৰ social media ৰ account….। কিছুদিন পিছত শ্ৰদ্ধাক নেদেখি বন্ধু বৰ্গই শ্ৰদ্ধাৰ দেউতাকক খবৰ দিয়াত দেউতাকে ললে আৰক্ষীৰ সহায়… অবশেষত উদ্ধাৰ হল শ্ৰদ্ধাৰ মৃত দেহৰ টুকুৰা… । হত্যাকাৰী প্ৰেমিক আফটাব ও গ্ৰেপ্তাৰ হ’ল.. কিন্তু…. শ্ৰদ্ধা? নিজত কৈ অধিক বিশ্বাস কৰা আফ্টাব, এয়াই আছিল নেকি সঁচা প্ৰেমৰ পৰিণতি…?
মা ক দেউতাকৰ বাধা নেওচি ঘৰ এৰি অহা শ্ৰদ্ধাই হয়টো বুজিব পৰা নাছিল মাক দেউতাকৰ সকীয়নি…। . সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰা মাক দেউতাকে কেতিয়াও আচলতে সন্তানৰ অহিত চিন্তা নকৰে ।২৫ বছৰীয়া বা ৪০ বছৰীয়াই হওঁক মাক দেউতাকৰ দৃষ্টিত সন্তান সদায় সৰু | আনহাতেদি নিজৰ প্ৰেমিকা ক অন্ধকাৰত ৰাখি আন প্ৰেমিকাৰ লগত সম্পৰ্ক ৰখা আফটাব ও কেতিয়াও প্রকৃত প্ৰেমিক হ’ব নোৱাৰে….। এগৰাকী প্ৰকৃত প্ৰেমিকে নিজৰ প্ৰেয়শী থকাৰ পিছত আন নাৰীৰ সান্নিধ্য নিবিচাৰে… যি য়ে জন্ম দিয়ে অপৰাধৰ… আজিৰ কাহিনীৰ সাৰমৰ্ম এয়ে যে সন্তানে মাক দেউতাকৰ মৰম তথা ত্যাগ উপলদ্ধি কৰা উচিত….
” পিতৃ – মাতৃ এ সন্তানৰ সকলো সপোন,
সন্তানৰ প্ৰতিটো কিৰিলি পিতৃ – মাতৃৰ আপোন…” লগতে পুৰুষ সকলো প্রকৃত প্ৰেমিক হ’বলৈ শিকা উচিত… যি নিজৰ প্ৰেমিকাক অকৃতিম ভালপোৱাৰে উপচাই তুলিব পাৰে…|

ঠিকনা: বৰহোলা। যোৰহাট
ফোন: 7002047299

Previous Post

নাৰী আৰু অন্যান্য কবিতা

Next Post

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

dapunwebdesk

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

আমাক ‘লাইক’ কৰক

  • Trending
  • Comments
  • Latest
কৈশোৰ কালৰ সমস্যা আৰু সমাধানৰ উপায়ঃ মৌচুমী ৰবিদাস

কৈশোৰ কালৰ সমস্যা আৰু সমাধানৰ উপায়ঃ মৌচুমী ৰবিদাস

8th June 2022
  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকত নাট্যকাৰৰ সমকাল চেতনাঃ এটি অধ্যয়ন  ✍ ৰিতু ৰশ্মি হাজৰিকা

  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকত নাট্যকাৰৰ সমকাল চেতনাঃ এটি অধ্যয়ন ✍ ৰিতু ৰশ্মি হাজৰিকা

17th June 2020
যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা…   ♦শ্ৰী তাহেৰউদ্দিন আহমেদ

যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা… ♦শ্ৰী তাহেৰউদ্দিন আহমেদ

8th June 2022
বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা 

বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা 

8th June 2022
অসমীয়া লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসঃ মানস হাজৰিকা

অসমীয়া লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসঃ মানস হাজৰিকা

128
যোগঃ শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণৰ মহৌষধ ■ সঞ্জয় ৰবিদাস

যোগঃ শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণৰ মহৌষধ ■ সঞ্জয় ৰবিদাস

49
ভালপোৱা  ♦তন্ময় কলিতা

ভালপোৱা ♦তন্ময় কলিতা

13
বন্ধুৰ নামত একলম…  ♦ তন্ময় কলিতা

বন্ধুৰ নামত একলম… ♦ তন্ময় কলিতা

6
যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

14th March 2023
প্ৰেমৰ ৩৫ টুকুৰা

প্ৰেমৰ ৩৫ টুকুৰা

27th February 2023

নাৰী আৰু অন্যান্য কবিতা

15th February 2023
ফাগুন

ফাগুন

13th February 2023

শেহতীয়া লেখা

"দাপোণ জীৱনৰ" অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া ই-আলোচনী। বৰ্তমান সময়ত ডিজিটেল মাধ্যমৰ জনপ্ৰিয়তাৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ই-আলোচনীৰ প্ৰচাৰ আৰু প্ৰসাৰে নতুন মাত্ৰা লাভ কৰিছে। সাহিত্য, সমাজ-সংস্কৃতি আৰু নতুন প্ৰতিভা সৃষ্টিৰ লক্ষ্য আগত ৰাখি "দাপোণ জীৱনৰ" ই-আলোচনীখন মুকলি কৰা হৈছে।

শেহতীয়া লেখা

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

14th March 2023
প্ৰেমৰ ৩৫ টুকুৰা

প্ৰেমৰ ৩৫ টুকুৰা

27th February 2023

নাৰী আৰু অন্যান্য কবিতা

15th February 2023

Follow Us

196793
  • Disclaimer
  • Advertise
  • Privacy & Policy
  • Contact

© 2020 Dapun Jibonor - Website developed by Ujudebug.