গামোচা
♦প্ৰজ্ঞান জ্যোতি ভূঞা
অসমীয়া গামোচাই Geological Indication Tag পাইছে। গৰ্বতে বৃহৎ অনুষ্ঠান এভাগ আয়োজন কৰিছে “অসমীয়া সংঘ” অনুষ্ঠানে। আনন্দৰ সীমা নাই। বিশিষ্ট অতিথিৰ ডাঙৰ ডাঙৰ ভাষণ আৰু বহিৰাগত বণিকৰ গামোচা, ৰঙীন ৰঙীন বৰণ। গৰ্ব, আনন্দ, সীমাহীন…