দাপোণ জীৱনৰ
  • সম্পাদকীয়
  • কথাশিল্প
    • বিশেষ নিৱন্ধ
    • প্ৰবন্ধ
    • গ্ৰন্থবাৰ্তা
  • গদ্যশিল্প
    • গল্প
    • ধাৰাবাহিক ৰচনা
    • ৰম্য ৰচনা
    • নানাৰঙী
    • জিলিঙনি
  • ছন্দশিল্প
    • কবিতা
    • কথা-কবিতা
    • ৰম্য পদ্য
  • অনুবাদ
  • দৃশ্য-শ্ৰাব্য
  • সাক্ষাৎকাৰ
  • ভাল খবৰ
  • সাম্প্ৰতিকী
  • স্বাস্থ্য
  • অধিক
    • উত্তৰ-পূব
    • ক্রীড়া-জগত
    • দেশ বিদেশ
    • ছবি-আলোছবি
    • দাপোণ জীৱনৰ
No Result
View All Result
  • সম্পাদকীয়
  • কথাশিল্প
    • বিশেষ নিৱন্ধ
    • প্ৰবন্ধ
    • গ্ৰন্থবাৰ্তা
  • গদ্যশিল্প
    • গল্প
    • ধাৰাবাহিক ৰচনা
    • ৰম্য ৰচনা
    • নানাৰঙী
    • জিলিঙনি
  • ছন্দশিল্প
    • কবিতা
    • কথা-কবিতা
    • ৰম্য পদ্য
  • অনুবাদ
  • দৃশ্য-শ্ৰাব্য
  • সাক্ষাৎকাৰ
  • ভাল খবৰ
  • সাম্প্ৰতিকী
  • স্বাস্থ্য
  • অধিক
    • উত্তৰ-পূব
    • ক্রীড়া-জগত
    • দেশ বিদেশ
    • ছবি-আলোছবি
    • দাপোণ জীৱনৰ
No Result
View All Result
দাপোণ জীৱনৰ
No Result
View All Result
Home ভাল খবৰ

যোৰহাটৰ তৰাজানৰ জয়া কমপ্লেক্সত সন্ধ্যাজ মেকঅভাৰ ষ্টুডিঅ আৰু একাডেমিৰ শুভাৰম্ভ….

dapunjibonor by dapunjibonor
17th December 2022
in ভাল খবৰ
0
যোৰহাটৰ তৰাজানৰ জয়া কমপ্লেক্সত সন্ধ্যাজ মেকঅভাৰ ষ্টুডিঅ আৰু একাডেমিৰ শুভাৰম্ভ….
14
SHARES
178
VIEWS
Share on FacebookShare on Twitter
যোৰহাটৰ তৰাজানৰ জয়া কমপ্লেক্সত সন্ধ্যাজ মেকঅভাৰ ষ্টুডিঅ আৰু একাডেমিৰ শুভাৰম্ভ….
                 গুৱাহাটীঃ  সাংস্কৃতিক নগৰী যোৰহাটত আজি ইংৰাজী ১৬ ডিচেম্বৰ ২০২২ তাৰিখে  তৰাজানৰ জয়া কমপ্লেক্সত সন্ধ্যাজ মেকঅভাৰ ষ্টুডিঅ আৰু একাডেমি নামৰ সৌন্দৰ্য্য চৰ্চা তথা ৰূপসজ্জাৰ প্ৰশিক্ষণৰ ব্যৱস্থা থকা অত্যাধুনিক প্রতিষ্ঠান উদ্বোধন কৰা হয়। প্ৰতিষ্ঠানখনৰ শুভউদ্বোধন কৰে অসমৰ বিশিষ্ট ফেশ্বন ডিজাইনাৰ তথা মিনাভ্ৰা ক্ৰিয়েচনৰ অঞ্জু হাজৰিকাই। নিমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাটৰ জনপ্ৰিয় তথা জ্যেষ্ঠ ফটোগ্ৰাফাৰ অশ্বিনী বৰকটকী আৰু যোৰহাটৰ ডিজাইনাৰ কাপোৰৰ প্ৰতিস্থান ফার্ষ্ট লেডীৰ স্বত্বাধিকাৰী তথা ফেশ্বন ডিজাইনাৰ অপিনীতা হাজৰিকা। শুভাৰম্ভ অনুষ্ঠানত বহুকেইগৰাকী গন্য-মান্য ব্যক্তি উপস্থিত থাকে।
                 বিশেষকৈ কইনাৰ মেকআপৰ পৰা ফেশ্যন মেকআপ লৈকে সকলো ধৰণৰ আধুনিক তথা পাৰম্পৰিক ৰূপসজ্জাৰ সুবিধা এই প্ৰতিষ্ঠানখনত উপলব্ধ হব বুলি সন্ধ্যাজ মেকঅভাৰৰ স্বত্বাধিকাৰী তথা কেইবাবছৰৰ অভিজ্ঞতাপুষ্ট মেকআপ আর্টিষ্ট সন্ধ্যা গোস্বামীয়ে ৰাইজক জানিবলৈ দিছে। লগতে মেকআপৰ আধুনিক তথা উন্নত মানদণ্ডৰ বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থাও কৰা হৈছে বুলি জানিবলৈ দিছে। 
  
Previous Post

অসম গ্ৰন্থমেলা যোৰহাটত সৃষ্টি বকুল বিনীতাৰ "বৰষুণৰ ফুল" আৰু জিতুল বৰাৰ ''অসমৰ পৰ্যটনস্থলী'' শুভ উন্মোচন

Next Post

গামোচা ♦প্ৰজ্ঞান জ্যোতি ভূঞা

dapunjibonor

dapunjibonor

Next Post
গামোচা   ♦প্ৰজ্ঞান জ্যোতি ভূঞা

গামোচা ♦প্ৰজ্ঞান জ্যোতি ভূঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

আমাক ‘লাইক’ কৰক

  • Trending
  • Comments
  • Latest
কৈশোৰ কালৰ সমস্যা আৰু সমাধানৰ উপায়ঃ মৌচুমী ৰবিদাস

কৈশোৰ কালৰ সমস্যা আৰু সমাধানৰ উপায়ঃ মৌচুমী ৰবিদাস

8th June 2022
  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকত নাট্যকাৰৰ সমকাল চেতনাঃ এটি অধ্যয়ন  ✍ ৰিতু ৰশ্মি হাজৰিকা

  জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘লভিতা’ নাটকত নাট্যকাৰৰ সমকাল চেতনাঃ এটি অধ্যয়ন ✍ ৰিতু ৰশ্মি হাজৰিকা

17th June 2020
যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা…   ♦শ্ৰী তাহেৰউদ্দিন আহমেদ

যুৱ প্ৰজন্ম আৰু যুৱ মানসিকতা… ♦শ্ৰী তাহেৰউদ্দিন আহমেদ

8th June 2022
বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা 

বিশ্বাস , অন্ধবিশ্বাস আৰু সমসাময়িক সমাজ ব্যৱস্থা 

8th June 2022
অসমীয়া লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসঃ মানস হাজৰিকা

অসমীয়া লোকসংস্কৃতিত উৰ্ব্বৰা বিশ্বাসঃ মানস হাজৰিকা

128
যোগঃ শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণৰ মহৌষধ ■ সঞ্জয় ৰবিদাস

যোগঃ শাৰীৰিক, মানসিক, আধ্যাত্মিক উত্তৰণৰ মহৌষধ ■ সঞ্জয় ৰবিদাস

49
ভালপোৱা  ♦তন্ময় কলিতা

ভালপোৱা ♦তন্ময় কলিতা

13
বন্ধুৰ নামত একলম…  ♦ তন্ময় কলিতা

বন্ধুৰ নামত একলম… ♦ তন্ময় কলিতা

6
যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

14th March 2023
প্ৰেমৰ ৩৫ টুকুৰা

প্ৰেমৰ ৩৫ টুকুৰা

27th February 2023

নাৰী আৰু অন্যান্য কবিতা

15th February 2023
ফাগুন

ফাগুন

13th February 2023

শেহতীয়া লেখা

"দাপোণ জীৱনৰ" অসমীয়া ভাষাত প্ৰকাশিত মাহেকীয়া ই-আলোচনী। বৰ্তমান সময়ত ডিজিটেল মাধ্যমৰ জনপ্ৰিয়তাৰ লগে লগে সাহিত্যৰ ক্ষেত্ৰত অসমীয়া ই-আলোচনীৰ প্ৰচাৰ আৰু প্ৰসাৰে নতুন মাত্ৰা লাভ কৰিছে। সাহিত্য, সমাজ-সংস্কৃতি আৰু নতুন প্ৰতিভা সৃষ্টিৰ লক্ষ্য আগত ৰাখি "দাপোণ জীৱনৰ" ই-আলোচনীখন মুকলি কৰা হৈছে।

শেহতীয়া লেখা

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত খঙীয়া মণ্ডল  আৰু চাংছোৱা মণ্ডল সমল কেন্দ্ৰৰ  নিপুণ অসম (FLN) আৰু শিক্ষণ-শিকণ সামগ্ৰী (TLM)ৰ ব্যৱহাৰৰ ওপৰত শিক্ষকসকলৰ চাৰিদিনীয়া প্ৰশিক্ষণ

14th March 2023
প্ৰেমৰ ৩৫ টুকুৰা

প্ৰেমৰ ৩৫ টুকুৰা

27th February 2023

নাৰী আৰু অন্যান্য কবিতা

15th February 2023

Follow Us

196793
  • Disclaimer
  • Advertise
  • Privacy & Policy
  • Contact

© 2020 Dapun Jibonor - Website developed by Ujudebug.